১৮২৬,২৪ ফেব্ৰুৱাৰী -ইয়ান্ডাবু সন্ধি
- অসমত ব্ৰিটিছ শাসন আৰম্ভ
১৮২৬-অসমৰ ৰাজহ পদ্ধতিটো -->মুদ্ৰা অৰ্থনীতিলৈ পৰিৱৰ্তন।
১৮৩৫-জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহ১৮৫০-জয়ন্তীয়া বিদ্ৰোহ ১৮৫৩-মফট মিলচ অসমলৈ আহে
১৮৫৭☆অসমত মণিৰাম দেৱানে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল।
☆কন্দপেশ্বৰ সিংহক ৰাজসিংহাসনত বহাব বিচাৰিছিল।
১৮৫৭-৫৮ চনলৈ অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল ।
১৮৫৮••••মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী কাঠত ওলোমায়।
মণিৰাম দেৱানৰ বিচাৰ কেপ্টেইন হলৰইডে কৰিছিল ।
১৮৫৮☆টিকট কৰ
১৮৬০☆আয় কৰ
১৮৬১☆ফুলগুৰি ধাৱা
১৮৬১☆উকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়া বিদ্ৰোহ ।
১৮৬২☆ ১৭জানুৱাৰী ☆জোৱাইত ☆বৃটিছ ছাউনীত জয়ন্তীয়াৰ আক্রমন।
১৮৬৩ৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে ।
১৮৬৯,২অক্টোবৰ,গুজৰাটৰ,পোৰবন্দৰ চহৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল ।
১৮৮১-উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব ব্ৰিটিছ চৰকাৰে
১৮৯০-মণিপুৰত গৃহকন্দলৰ সৃষ্টি
১৮৯১-মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত বিদ্ৰোহ
১৮৯২-বৃটিছে কুলচন্দ্ৰক ৰজা পাতে।
-------------------------------------------------------------
ৰঙিয়াৰ কৃষক বিদ্ৰোহ
-১৮৯৩,২৪ ডিচেম্বৰ তাৰিখে ৰঙিয়া বজাৰ লুটপাতেৰে এই বিদ্ৰোহৰ সূচনা ।
১৮৯৪,৮জানুৱাৰী মাহত --১৫ জন কষকক গ্ৰেপ্তাৰ কৰা হয়
১৮৯৪,১০জানুৱাৰী কৃষকে উপায়ুক্তৰ অনুমতি অবিহনে ৰাইজমৰাইজমেল অনুষ্ঠিত কৰিব নোৱাৰিব।

লাচিমাৰ কৃষক বিদ্ৰোহ
১৮৯৪,২১জানুৱাৰী মৌজাদাৰ আৰু মণ্ডলক মাাৰপিট কৰাত কেইদিনমান পাছত মৌজাদাৰৰ মৃত্যু ।

১৯০৩,৫ ডিচেম্বৰ তাৰিখে বৃটিছ কৃতপক্ষই বংগ বিভাজনৰ প্ৰস্তাৱ উত্থাপন
বংগ বিভাজন 1905-1911 16October
১৯০৫-১৯১১☆☆স্বদেশী আন্দোলন
১৯০৫,৫আগষ্ট-ৰবীন্দ্ৰনাথ ঠাকুৰে জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিয়ে।
১৯০৫,৬আগষ্ট "বংগ জাতীয় বিদ্যালয়"ৰ প্ৰতিষ্ঠা ।
১৯০৫,৮ নৱেম্বৰ তাৰিখে, ৰংপুৰত দ্বিতীয়খন বিদ্যালয়ৰ প্ৰতিষ্ঠা ।
১৯০৫ চনৰ ২০জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত এক বিশাল জন সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱগ্ৰহণ ।
১৯০৫,১৭ ডিচেম্বৰ- আৰ চি দত্তৰ পৌৰহিত্যত ☆বাৰানসীত☆' ভাৰতীয় উদ্যোগ সন্মিলন' গঠন
১৯০৬☆কলিকতাৰ টাউনহলত "জাতীয় শিক্ষা পৰিষদ"-ৰ শীৰ্ষ অনুষ্ঠান গঠন ।
১৯০৬,১৫আগষ্ট "বংগ জাতীয় মহাবিদ্যালয়" স্থাপন ।
১৯০৬চনত কলিকতাত দাদাভাই নৌৰজীৰ পৌৰহিত্যত জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিবেশনত ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ ।
১৯০৬,১১মাৰ্চত "জাতীয় শিক্ষা পৰিষদ "গঠন।
১৯১৫☆মহাত্মা গান্ধী ভাৰতলৈ উভতি আহিছিল ।
১৯১৯☆ভাৰত চৰকাৰ আইন প্ৰনয়ন
১৯১৯☆ৰাওলাট আইন
১৯১৯☆জালিৱানৱালাবাগৰ হত্যাকাণ্ড
১৯২০-২২☆অসহযোগ আন্দোলন।
১৯২২☆৫ফেব্ৰুৱাৰী☆চৌৰীচৌৰাৰ ঘটনা।
১৯২৮-কংগ্ৰেছৰ প্ৰতিবাদ " ছাইমন ঘূৰি যোৱা"
-লালা লাজপাত ৰায়ৰ ব্ৰিটিছৰ লাঠি চালনাত মৃত্যু ।
- কলিকতাত বহা কংগ্ৰেছ অধিবেশনত ব্ৰিটিছ চৰকাৰক সকিয়নি ভাৰতক ডমিনিয়ন প্ৰদান কৰা নহ'লে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব।
১৯২৯☆জৱাহৰলাল নেহৰুৰ সভাপতিত্বত 'পূৰ্ণ স্বৰাজ" দাবী গ্ৰহণ কৰা হয়।
১৯৩০,১২মাৰ্চত ☆গান্ধীজীয়ে সবৰমতি আশ্ৰমৰ পৰা দাণ্ডিলৈ ৩৮৫কিমি লোণ আইন ভংগ কৰিবলৈ গৈছিল।
১৯৩০-৩৪-আইন অমান্য আন্দোলন ।
১৯৩২☆সাম্প্ৰদায়িক বাটোৱাৰা ।
১৯৪২চন
-৮ আগষ্ট ,ভাৰত ত্যাগ আন্দোলন।
-মাৰ্চ, ভাৰতীয় স্বতন্ত্ৰ লীগ (টকিঅ)
- জুুুন , ভাৰতীয় স্বতন্ত্ৰ লীগৰ সভাপতি নিৰ্বাচিত- ->>ৰাসবিহাৰী বসু।
১৯৪৩চন ছিংগাপুৰ
২১অক্টোবৰ - স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰচৰকাৰ (আজাদ হিন্দ চৰকাৰ )।
⇓⇓⇓⇓⇓⇓⇓
স্বাধীন ভাৰতৰ পৰিকল্পনা